Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

আপুনি যদি আপোনাৰ ঠাইৰ বাতৰি প্ৰকাশ কৰাত ইচ্ছুক, তেনেহলে একাবেকাঁ.comৰ যোগেদি অসমীয়াত বাতৰি প্ৰকাশ কৰিব পৰিব৷ একাবেকা.comৰ যোগেদি বাতৰি প্ৰকাশ কৰিবৰ বাবে আপোনাক ইন্টাৰনেটৰ লগত সংযোগ থকা এটা কম্পিউটাৰৰ প্ৰযোজন৷
বাতৰি প্ৰকাশ কৰিবৰ বাবে প্ৰথমতে আপুনি একাবেকাঁ.comৰ ৱেবচাইটত ৰেজিষ্টাৰ কৰিব লগিব৷ আপোনাৰ ৰেজিষ্টাৰ সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ ৱেবচাইটৰ Administratorয়ে আপোনালৈ ইমেইল পঠাব৷ তেতিয়া আপুনি আমাৰ চাইটত ৰিপৰ্টাৰ হিচাবে লগ্ইন কৰিব পাৰিব৷ ৰিপৰ্টাৰ হিচাবে লগ্ইন কৰাৰ পাছত আপুনি যিকোনো বাতৰি প্ৰকাশ কৰিব পাৰিব বা অ'নলাইন ফটো এলবাম বনাব পাৰিব৷
একাবেকা.comৰ ৱেবচাইটত ৰেজিষ্টাৰ কৰিবৰ বাবে ইয়াত ক্লিক কৰক৷

Copyright © 2017 by Eternal Quest. All Rights Reserved.