Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 12-May-11 Submitted By Rajib Dutta rkd2002-Photo

লোকসেৱা আয়োগৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ পৰীক্ষাৰ্থীৰ সাফল্য

কেন্দ্রীয় লোকসেৱা আয়োগৰ ভাৰতীয় অসামৰিক সেৱাত অসমৰ সাতগৰাকী পৰীক্ষাৰ্থীয়ে সাফল্য লাভৰ কৃতিত্বই ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে।যোৱা ২০১০ বৰ্ষত পাচ গৰাকী পৰীক্ষাৰ্থীয়ে সাফল্য লাভ কৰিছিল।এইবাৰ সাফল্য লাভ কৰা অসমৰ ছাত্র-ছাত্রী কেইগৰাকী ক্রমে হিমাংশু শম্মা(৪৯তম স্হান),মান্নান আখতাৰ(৫৫তম স্হান),ৰূপজ্যোতি ব্রহ্ম কাৰ্জী(৫৫৯তম স্হান),অংকিতা কৰ(৬১০তম স্হান),অৰুণিতা ফুকন(৬১৩তম স্হান),শংকৰব্রত ৰায় মেধি(৭৪২তম স্হান),মন্টুকুমাৰ দাস(৮৪৫তম স্হান)।উল্লেখযোগ্য উক্ত পৰীক্ষাৰ বাবে মুঠ ৫,৪৭,৬৯৮গৰাকী ছাত্র-ছাত্রীয়ে আবেদন কৰিছিল। ইয়াৰে ২,৬৯,০৩৬ জন পৰীক্ষাৰ্থীয়ে প্রাথমিক পৰীক্ষাত বহাৰ বাবে নিৰ্বাচিত হৈছিল। আনহাতে মাত্র ১২,৪৯১জন পৰীক্ষাৰ্থী মূল পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল আৰু এই ১২,৪৯১জনৰ ৯২০জনে সাফল্য লাভ কৰে।

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.