Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 24-Aug-11 Submitted By ptalukdar2009

দুৰ্নীতিৰ প্ৰতিবাদত(লোকপাল বিল) আন্নাৰ সমৰ্থনত অসমৰ গাঁৱে,নগৰে, চহৰে ধৰ্ণা-সমদল

newsPhoto দুৰ্নীতিৰ প্ৰতিবাদত(লোকপাল বিল) আন্নাৰ সমৰ্থনত অসমৰ গাঁৱে,নগৰে, চহৰে ধৰ্ণা-সমদলে অধিক তীব্ৰৰূপ ধাৰণ কৰিছে ৷গুৱাহাটী মহানগৰীতো ইয়াৰ প্ৰত্যক্ষ্ প্ৰভাব পৰিলক্ষিত হয় ৷দুৰ্নীতিৰ প্ৰতিবাদত আৰু জন লোকপাল বিলৰ সমৰ্থনত কেইবাঘণ্টাৰ বাবে আজি গুৱাহাটীত দোকান-পোহাৰ বন্ধ থাকে ৷দুৰ্নীতি নিৰ্মূল আৰু জন লোকপাল বিল গৃহীত কৰাৰ দাবীত ব্যবসায়ীসকলৰ বিশাল সমদলে আজি দুৰ্নীতিবিৰোধী সংগ্ৰামখনক কাৰ্যত এক নতুন মাএ৷ প্ৰদান কৰা পৰিলক্ষিত হয় ৷
picturepictureVote UppictureVote Down

Anna Hazar's step for Janlokpal Bill

Thank you man for the news. But I must say that Anna Hazare ji is protesting for JANLOKPAL BILL, not for LOKPAL BILL.

Janlokpal Bill is made my himself. Thank you again.

Copyright © 2017 by Eternal Quest. All Rights Reserved.