Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 15-Jun-11 Submitted By Rajib Dutta rkd2002-Photo

প্রথম অসমীয়া মহিলা চলচিত্ৰ পৰিচালকৰ মত্যু

প্রথম অসমীয়া মহিলা চলচিত্ৰ পৰিচালক সুপ্রভা দেৱীয়ে ১৪ জুন,২০১১ তাৰিখে মৃত্যু বৰণ কৰিছে। দীৰ্ঘদিন বৃক্কৰ ৰোগত আক্রান্ত সুপ্রভা দেৱীয়ে গুৱাহাটীৰ ইন্টাৰনেচনেল হাস্পিতালত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ।

১৯৮৩ চনত মুক্তি লভা নয়ণমণি নামৰ বোলছবিখন পৰিচালনা কৰি খ্যাতি অৰ্জন কৰা সুপ্রভা দেৱীয়ে তেওৰ প্রযোজক স্বামী দ্বীজেন্দ্র নাৰায়ণদেৱ সহ কেইবাখনো চলচিত্রৰ সহ প্রযোজনোও কৰিছিল।

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.