Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 07-Jun-11 Submitted By Dhanakshi Buragohain Phukan

পৰিবেশ দিবস পালন

পৰিবেশ দিবসৰ লগত সংগতি ৰাখি ডিব্রুগড় জিলাৰ ৰমাই চাহ বাগিচাত বাগিচাৰ কতৃপক্ষ সহযোগত যোৱা ৫ আৰু ৬ তাৰিখে এখনি পৰিবেশ সজাগতা সভা আয়োজন কৰা হয়। এই সভাত ৰমাই চাহ বাগিচাৰ পৰিচালক প্রদিপ তিৱাৰী,ভাঙ্কৰ ফুকন আৰু ভিভেন মৰানে অংশ গ্রহন কৰি পৰিবেশ সজাগতা বিষয়ে আলোচনা কৰে। এই সভাতে ঙ্কুলীয়া ছাত্র-ছাত্রী মাজত চিত্রাংকণ প্রতিযোগিতা আয়োজন কৰা লগতে বন বিভাগৰ পৰা পোৱা ২৭০টা গছ পুলি বাগিচাত ৰোপণ কৰা হয়।
picturepictureVote UppictureVote Down

ভাল পদক্ষেপ

ভাল পদক্ষেপ । এনেকুৱা পদক্ষেপ অসমৰ সকলো চাহ বাগিছাতে গ্রহণ কৰিলে ভাল হয়।

Copyright © 2017 by Eternal Quest. All Rights Reserved.