Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 07-Jun-11 Submitted By Rajib Dutta rkd2002-Photo

৮ জুনত পুনৰ অনশণত বহিব আন্না হাজোৰ

newsPhoto

দুৰ্নীতিৰ বিৰুদ্ধে অনশণ কৰিবলৈ গৈ আৰক্ষীৰ হাতত নিৰ্যাতনৰ সন্মুখীন হোৱা ৰামদেৱৰ সপক্ষে থিয় দিছে আন্না হাজোৰে। চৰকাৰে দুৰ্নীতিৰ প্রতিবাদ কৰাসকলক দমনৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি দিল্লীৰ যন্তৰ-মন্তৰত ৮ জুন বুধবাৰে পূৱা ১০ বজাৰপৰা সন্ধিয়া ৭ বজালৈ আন্না হাজোৰ অনশণত বহিব । ইতিমধ্যে চৰকাৰে যন্তৰ-মন্তৰত ১৪৪ ধাৰা জাৰি কৰিছে। আন্না হাজোৰে কয় যে যিয়েই নহওক কিয় তেখেত অনশণত বহিবই।

_____________________________________________________

সম্পকীয় বাতৰিদিল্লীত স্বামী ৰামদেৱৰ দেশব্যাপী অনশণত বাধা, হৰিদ্বাৰত অনশণ অব্যাহত

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.