Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 06-Jun-11 Submitted By Rajib Dutta rkd2002-Photo

ত্রয়োদশ অসম বিধান সভাৰ প্রথম অধিবেশন আৰম্ভ

newsPhoto

৬ জুনৰ পৰা ত্রয়োদশ অসম বিধান সভাৰ প্রথম অধিবেশন আৰম্ভ হয়। অধিবেশনত মুখ্যমন্ত্রী তৰুণ গগৈকে ধৰি ১২৫ জন বিধায়ক-বিধায়িকাই শপত গ্রহণ কৰে। শপত গ্রহণৰ পাছতেই প্র’টেম অধ্যক্ষ ডাঃ ভূমিধৰ বৰ্মণে ত্রয়োদশ অসম বিধান সভাৰ নৱ-নিৰ্বাচিত অধ্যক্ষৰ নাম ঘোষণা কৰে। নৱ-নিৰ্বাচিত অধ্যক্ষ শ্রী যুত প্রণৱ গগৈ বিনা প্রতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। শ্রী যুত প্রণৱ গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু তেখেত তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে।

______________________________________________________

সম্পকীয় বাতৰি অসম বিধানসভাৰ নৱ নিৰ্বাচিত মন্ত্রীসকলৰ শপত গ্রহণ

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.