Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 06-Jun-11 Submitted By archana haloi

পেট্ৰল আৰু ডিজেলৰ দামৰ ওপৰত আলোচনা

আজি গুৱাহাটীৰ Assam institute of technology ত এখন আলোচনা চক্ৰ হৈ যায়৷ আলোচনাৰ বিষয় আছিল পেট্ৰলৰ আৰু ডিজেলৰ দাম আৰু সাধাৰণ জনতা৷ আলোচনা খনত কৰমচাৰীৰ দৰমহাৰ দিশেটা বহু জনে আঙুলিয়াই দিয়ে৷ ভাৰতবৰ্ষত বহুতো production company আছে৷ কি কাৰেণ তেল আৰু পেট্ৰলৰ বিভাগৰ কৰমচাৰীৰ দৰমহা আৰু আন সকলা ধৰণৰ সুবিধা আনতকৈ বহু বেছি৷ এই বিভাগটোত production ও নহয়৷ exploration হে হয়৷ অথচ এই বিভাগৰ সকেলা কৰ্মচাৰীৰ ঘৰৰ বিজুলী বাতিৰ পৰা ৰন্ধন গেছলৈকে আগবঢ়োৱা সা-সুবিধা বিশেষ মন কৰিবলগীয়া৷ সেই বাবে এই বিষয়টো এতিয়া বিচাৰ কৰিব লাগে৷

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.