Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 27-May-11 Submitted By Rajib Dutta rkd2002-Photo

অসম বিধানসভাৰ নৱ নিৰ্বাচিত মন্ত্রীসকলৰ শপত গ্রহণ

অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই আজি ত্রয়োদশ অসম বিধান সভাৰ নৱ নিৰ্বাচিত মন্ত্রীসকলে শপত গ্রহণ কৰে। গুৱাহাটীৰ মাছখোৱাস্হ সাংস্কৃতিক প্রকল্পত ৰাজ্যপাল জানকী বল্লভ পাটনায়কে মন্ত্রীসকলক আনুষ্ঠানিকভাবে কৰ্তব্যনিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। শপত গ্রহণ কৰা মুঠ ১৮জন মন্ত্রীৰ ভিতৰত ১৪ জন কেবিনেট মন্ত্রী আৰু ৪ জন ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী। কেবিনেট মন্ত্রীসকল ক্রমে
  • পৃথ্বি মাঝি
  • ডাঃ নজৰুল ইছলাম
  • ডঃ হিমন্ত বিশ্ব শৰ্মা
  • ৰকিবুল হুছেইন
  • অজন্তা নেওগ
  • গৌতম ৰয়
  • চন্দন ব্রহ্ম
  • প্রদ্যুৎ বৰদলৈ
  • টংকবাহাদুৰ ৰাই
  • অকণ বৰা
  • নীলমণিসেন ডেকা
  • খৰছিং ইংতি
  • প্রণতি ফুকন
  • ডাঃ অৰ্ধেন্দু কুমাৰ দে
আৰু ৰাজ্যিক (স্বতন্ত্র) মন্ত্রীসকল ক্রমে
  • অজিত সিং
  • ছিদ্দিক আহমেদ
  • বসন্ত দাস
  • ৰাজীৱ লোচন পেগু
picturepictureVote UppictureVote Down

Copyright © 2018 by Eternal Quest. All Rights Reserved.