Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 15-May-11 Submitted By Indra K Dutta

অসমীয়া বোলছবি ৰামধেনুৰ ১০০ দিন সম্পুৰ্ণ

newsPhoto ৪ ফেব্ৰুৱাৰী,২০১১ তাৰিখে মুক্তি পোৱা অসমীয়া বোলছবি ৰামধেনুয়ে ১৪ মে,২০১১ তাৰিখে ১০০ দিন সম্পুৰ্ণ কৰিলে। ৰামধেনু অসমীয়া বোলছবি জগতৰ এখন ব্যয়বহুল ছবি। মুক্তিৰ পাছতেই জনপ্রিয়তাৰ শিখৰত আৰোহণ কৰা ৰামধেনু বৰ্তমান ৰাজ্যৰ ৩৩ টা ছবিগৃহত প্রদৰ্শিত হৈ আছে। বহুঠাইত ছবিগৃহৰ অভাৱত ছবিখন প্রদৰ্শিন কৰিব পৰা হোৱা নাই।ৰামধেনুৰ পৰিচালক মুনীন বৰুৱা। নিউজ লাইভ আৰু ৰং চেনেলৰ দ্বাৰা প্রযোজিত। ৰামধেনু এখন পৰিয়ালৰ উপভোগ্য ছবি।
picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.