Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 13-May-11 Submitted By ptalukdar2009

জানমণি---অন্য এখন গতানুগতিক অসমীয়া ছবি

ঢুলীয়া ডেকা লৰা জান আৰু গাভৰু নাচনী ছোৱালী মণিৰ প্ৰেম কাহিনীৰ আধাৰত সৃষ্টি হৈছে জানমণি ৷ জান আৰু মণিৰ মাজত প্ৰেম ৷মণিৰ ককায়েকে মণিক জানলৈ বিয়া নিদিয়ে ৷এনে সংঘাতক নেওচি মণিয়ে এদিন জানৰ ঘৰত গুছি আহে ৷জান আৰু মণিৰ এনেদৰে বিয়া হৈ যায় আৰু কিছুদিন পাছত তেওঁলোকৰ সংসাৰত এজনী কন্যা সন্তানৰ জন্ম হয় ৷এদিন জানে ঢোল বজাবলৈ যাওতে কন্যা সন্তানটিৰ ম মৃত্যু হয়৷ এই ঘটনাৰ কাৰণে মণিৰ ককায়েকে জানক উদাসীন বুলি মণিক আকৌ নিজৰ ঘৰলৈ লৈ আহে ৷এনেদৰে বিচ্ছেদ ঘটিল জান আৰু মণিৰ মাজত ৷কিন্ত মণিৰ ভতীজাক জানৰ ভতীজিৰ মাজত প্ৰেম হোৱা কাৰণে জান আৰু মণিৰ পুনৰ মিলন হয় ৷ এয়াই হল জানমণিৰ প্ৰেম কাহীনি ৷ ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা ৷
picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.